গহপুৰৰ খাৰৈ নদীত লগৰীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল ৰাহুল ছেত্ৰী নামৰ যুৱকজনৰ । নদীত ডুবি মৃত্যু হোৱা যুৱকজনৰ ঘৰ দিকৰাইত বুলি জানিব পৰা গৈছে । গহপুৰৰ বৰদলনিৰ আত্মীয়ৰ ঘৰত ফুৰিবলৈ আহিছিল যুৱকজন । স্থানীয় ৰাইজে উদ্ধাৰ অব্যাহত ৰাখিছিল যদিও যুৱকজনৰ কিন্তু উদ্ধাৰ কৰিব পৰা নাছিল যুৱকজনক ।
অৱশেষত ৩০ মিনিটৰ ভিতৰত এছ ডি আৰ এফ বাহিনীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
- Log in to post comments
- 5 views