বিশ্বনাথ জিলাৰ অন্তর্গত গহপুৰৰ কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।
নিজৰ ভাষণত ১৯৪৪ চনৰে পৰা বৰ্তমান সময়লৈকে নিৰৱচ্ছিন্নভাৱে অসমৰ শিক্ষা জগতত অগ্ৰণী ভূমিকা পালন কৰি অহা এই বিদ্যালয়খনৰ সৰ্বাঙ্গীণ উন্নতি কামনা কৰে মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা মহাৰজত জয়ন্তীৰ আজি অন্তিম দিন ।
- Log in to post comments
- 14 views