খেলো ইণ্ডিয়া ৱ’মেন এথলেটিকছত ৰূপৰ পদক অৰ্জন কলিয়াবৰৰ অংকিতা শইকীয়াৰ

 A

 


নিউজ ডেস্ক:

খেলো ইণ্ডিয়া ৱ’মেন এথলেটিকছত ৰূপৰ পদক অৰ্জন কলিয়াবৰৰ অংকিতা শইকীয়াৰ ৷
সৰুসজাই ষ্টেডিয়ামত অসম এথলেটিক এছ’ছিয়েচনৰ উদ‍্যোগত আয়োজিত প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰত অংকিতাই ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে,কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ হৈ খেলা অংকিতাই নগাঁও জিলাৰ হৈ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই সফলতা লাভ কৰে।

Your Comments