নিউজ ডেস্ক:
কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ সমূহীয়া অব্যাহতি।
জানিব পৰা মতে, কেন্দ্ৰীয় নেতৃত্বৰে সাংগঠনিক মতবিৰোধৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ।
সদৌ অসম ছাত্ৰ সন্থা অৰ্থাৎ আছুৰ বেনাৰত কটনত কোনোধৰণৰ অনুষ্ঠান পাতিব নোৱাৰিব বুলিও ঘোষণা।
আছুৰ কেন্দ্ৰীয় সমিতিয়ে দীৰ্ঘ সময়ৰ পৰা কটন বিশ্ববিদ্যালয়ক বঞ্চনা কৰি অহাৰো উত্থাপন হৈছে অভিযোগ।
- Log in to post comments
- 4 views