নিউজ ডেস্ক:
চানমাৰি জলসিঞ্চন কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ অভিযানত ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় কাৰ্যালয়টোৰ কৰ্মচাৰী দীপ বণিয়া।জানিব পৰামতে পেঞ্চন প্ৰদানৰ নামত ২০০০ টকাৰ উৎকোচ লৈছিল কৰ্মচাৰীজনে।
- Log in to post comments
- 5 views