নিউজ ডেস্ক:
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আটক কৰা হৈছে বেআইনী স্বামীক৷বাল্যবিবাহ সন্দৰ্ভত DGP কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। আজিৰ দিনটোত ৰাজ্যৰ ২,০৪৪গৰাকী বেআইনী স্বামীক গ্ৰেপ্তাৰ কৰা হয় বুলি সংবাদমেলত মন্তব্য কৰে জি পি সিঙে৷লগতে বাল্যবিৱাহৰ সৈতে জড়িত ৫২ জন পুৰোহিত আৰু কাজীকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি সংবাদমেলত সদৰি কৰে জি পি সিঙে।
- Log in to post comments
- 9 views