নিউজ ডেস্ক:
অৱশেষত ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে কোকৰাঝাৰৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই৷
উল্লেখ্য যে,দুপৰীয়াৰ আহাৰক কেন্দ্ৰ কৰি বৰ্ণালী ডেকাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপক দাসক প্ৰহাৰ কৰিছিল৷এই ঘটনাৰ পাছতেই কৰ্মচাৰীগৰাকীৰ কন্যাই দাখিল কৰিছিল এজাহাৰ৷এজাহাৰ দাখিলৰ পাছতে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দীপক দাসৰ ওচৰলৈ গৈ ক্ষমা খোজে উপায়ুক্তগৰাকীয়ে।
- Log in to post comments
- 7 views