নিউজ ডেস্ক:
সুদীৰ্ঘ ১৬ বছৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা আঁতৰাই দিয়া হ’ল গুৱাহাটীৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভংকৰ ৰংমনক।২০০৭ চনৰ গুৱাহাটীৰ ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভংকৰ ৰংমনক তেতিয়াই ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে স্থাপন কৰিছিল।জানিব পৰা মতে পথ বহলোৱাৰ অজুহাতত ৰংমনক তাৰ পৰা আঁতৰাই ষ্টেডিয়ামৰ পিছফালে স্থাপন কৰিব।
- Log in to post comments
- 6 views