অসম বিধানসভাৰ নতুন উপাধ্যক্ষ কৃপানাথ মাল্লা !

 অসম বিধানসভাৰ নতুন উপাধ্যক্ষ কৃপানাথ মাল্লা

কাইলৈ নিৰ্বাচন কৰা হ’ব বিধানসভাৰ উপাধ্যক্ষ ।

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব কৃপানাথ মাল্লা ।

বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ সম্ভাৱনা।

পূৰ্বৰ উপাধ্যক্ষ দিলীপ পালৰ পদত্যাগৰ পিছত নতুন উপাধ্যক্ষ নিযুক্তিৰ বাবে এই প্ৰক্ৰিয়া ৷

ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ১নং ৰাতাবাৰী সমষ্টিৰ বিধায়ক কৃপানাথ মাল্লা ৷ 

ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠৰূপেও পৰিচিত কৃপানাথ মাল্লা ৷


 

Your Comments