নিউজ ডেস্ক:
ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত উজলি উঠিছে অসমৰ ২ কন্যা। গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় ৷উল্লেখ্য যে,
৬৬ কেজিৰ শাখাত মণিপুৰৰ এলিনাক পৰাস্ত কৰি
অংকুশিতা বড়োই আজুৰি আনিবলৈ সক্ষম হয় স্বৰ্ণ।
আনহাতে,৭৫ কিলাে শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় লাভলীনাই।হাৰিয়ানাৰ চুইটীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি লাভলীনা বৰগোহাঁয়ে অৰ্জন কৰে স্বৰ্ণ পদক ৷
- Log in to post comments
- 7 views