ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম কন্যা হিমা দাসৰ ৰূপৰ পদক জয়

A

 

নিউজ ডেস্ক:
ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত উজলি উঠিছে অসম কন্যা।গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত ধিং এক্সপ্ৰেছ হিমা দাসৰ ৰূপৰ পদক অৰ্জন। উল্লেখ্য যে,মহিলাৰ ২০০ মিটাৰ দৌৰত হিমা দাসৰ ৰূপৰ পদক লাভ।২৩.৬১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় হিমাই।

Your Comments