ৰাষ্ট্ৰীয় ক্ৰীড়াত দ্বিতীয়টো স্বৰ্ণ জয় অসম সন্তান অম্লান বৰগোহাঁইৰ

A

 

নিউজ ডেস্ক:
নেচনেল গেমছত অসম সন্তানে লাভ কৰিছে বৃহৎ কৃতিত্ব।গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম সন্তান অম্লান বৰগোহাঁয়ে  দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,পুৰুষৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ জয়  কৰে অসমৰ অম্লান বৰগোহাঁয়ে ৷২১.১২ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় অম্লানে।ইয়াৰ পূৰ্বেও ১০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছিল অম্লান বৰগোহাঁয়ে।

Your Comments