বিজেপিয়ে বিদেশী নাগৰিকৰ সমস্যাটো জীয়াই ৰাখিব বিচাৰে- ৰিপুন বৰা

A

নিউজ ডেস্ক:

অসম তৃণমূল কংগ্রেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদ মেল।বিজেপি চৰকাৰে বিদেশী নাগৰিকৰ সমস্যাটো সমাধান হোৱাটো নিবিচাৰে।NRCক লৈও ৰাজনীতি কৰিছে বিজেপিয়ে।

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতো NRCত নাম নথকা ১৯লাখ লোকক এতিয়ালৈ ৰিজেকচন শ্লিপ দিয়া নাই NRC কৰ্তৃপক্ষই।ফলত বিদেশী ন্যায়াধীকৰণত যাব পৰা নাই তেওঁলোক- অভিযোগ বৰাৰ।ৰিজেকচন শ্লিপ দিলেই তেওঁলোকে আবেদন কৰিব পাৰে।আনহাতে NRCত নাম থকা সকলকো দিয়া নাই পৰিচয় পত্ৰ।বিজেপি চৰকাৰৰ সকলো প্ৰতিশ্ৰুতি ভুৱা আছিল।বিদেশী নাগৰিকৰ সমস্যা জীয়াই ৰাখিব বিচাৰে তেওঁলোকে- সভাপতি গৰাকীয়ে কয়।

Your Comments