লোকসভাত কংগ্রেছ-AIUDFক আমি শূন্য কৰিম- বিধায়ক দিগন্ত কলিতা

A

নিউজ ডেস্ক:
"বিজেপিৰ লগত কোনো কাৰণতে নিমিলে কংগ্রেছ -AIUDF।কংগ্রেছ-AIUDFৰ মিত্ৰতা সৰ্বভাৰতীয় পৰ্যায়ৰ"-এই মন্তব্য বিজেপিৰ বিধায়ক দিগন্ত কলিতাৰ।

নিকা ভাৱমূৰ্তিৰে আমি চাকৰি দিছোঁ।লোকসভাত কংগ্রেছ-AIUDFক আমি শূণ্য কৰিম- কমলপুৰৰ বিধায়ক কলিতাই কয়।নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপিয়ে সাজু হৈছে বুলিও তেওঁ কয়।অসমৰ ১৪খনেই আসন দখলৰ বাবে বিজেপিয়ে চেষ্টা কৰিব।

Your Comments