জনজাতিকৰণ বঞ্চিতৰ ক্ষোভ, কাইলৈ ঘেৰাও কৰিব অসম বিধানসভা

A

নিউজ ডেস্ক:


ছয় জনগোষ্ঠীৰ ঐক্য মঞ্চই কাইলৈ ঘেৰাও কৰিব অসম বিধানসভা।ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা পুনৰ বঞ্চিত হোৱাৰ ক্ষোভত ঘেৰাও কৰিব অসম বিধানসভা।

আনহাতে ছয় জনগোষ্ঠীৰ প্ৰতিবাদকাৰীক ৰুধিবলৈ ততৎপৰ হৈছে অসম চৰকাৰ তথা আৰক্ষী বাহিনী।দিছপুৰত সষ্টম হৈ আছে আৰক্ষী।

ইফালে মুখ্যমন্ত্ৰীয়ে আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও শেষ মুহূৰ্তত মুখ্যমন্ত্ৰীৰ আলোচনা পুনৰ প্ৰত্যাখ্যান কৰিছে ঐক্য মঞ্চই।

Your Comments