অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল স্বচ্ছ-নিকা তাত সন্দেহ নাই- কৰিমুদ্দিন বৰভূঞা

A

নিউজ ডেস্ক:

'বিজেপিৰ পকেটত থাকে কংগ্রেছ,আমি কেনেকৈ মিত্ৰতা কৰিম?কংগ্রেছ বিজেপি মুক্ত নহলে AIUDFয়ে মিত্ৰতা নকৰে"- মন্তব্য বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ।ভূপেন বৰাই তৰল কথা কৈ কৈ সভাপতিৰ আসন হেৰুৱাবলৈ গৈছে।বৰাক সভাপতিৰ পৰা আঁতৰাই সাংসদ গৌৰৱ গগৈক সভাপতি পাতিব লাগে- বৰভূঞাই কয়।

আনহাতে অসম চৰকাৰৰ আৰক্ষী নিযুক্তি পৰীক্ষাৰ ফলাফল স্বচ্ছ-নিকা বুলি প্ৰশংসা কৰি এআইইউদিএফ দলৰ বিধায়ক গৰাকীয়ে কয়- কংগ্রেছ চৰকাৰৰ দিনত বৰাকত ৫টা চাকৰি পদ ওলালে ৫০০বিঘা মাটি বিক্ৰী কৰিব লাগে।লাষ্টগেটত চাকৰি দালালে অফিচ খুলি টকাও সংগ্ৰহ কৰিছিল কিন্তু এতিয়া সেই দালাল নাই।

Your Comments