
নিউজ ডেস্ক:
দুৰ্নীতিৰ গুৰুতৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হোৱা টেট শিক্ষক ভিক্টৰ দাসক নিলম্বন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাবে ১৩ছেপ্টেম্বৰত শিক্ষা বিভাগে নিলম্বন কৰে দাসক।আনহাতে আৰক্ষীৰ জিম্মাত সাতদিন থকাৰ পিছত দাসে উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছে জামিন।ইতিমধ্যে অন্তৱৰ্তী জামিনত মুকলি হৈছে দাস।তাৎপৰ্যপূৰ্ণ কথা এই যে চৰকাৰৰ অধীনৰ কোনো কৰ্মচাৰী আৰক্ষীৰ জিম্মাত ৪৮ঘন্টা থাকিলেই নিয়ম অনুসৰি নিলম্বন হয়।কিন্তু একাংশই চৰকাৰী শিক্ষক ভিক্টৰে কোচিং চেণ্টাৰত টিউটৰ হিচাপে কৰি থকা বাবেই নিলম্বন কৰা বুলি প্ৰচাৰ চলাইছে।
- Log in to post comments
- 10 views