
নিউজ ডেস্ক:
সামৰণি পৰিল অসম বিধানসভাৰ ৫ দিনীয়া শৰৎকালীন অধিৱেশন।১২ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল অসম বিধানসভাৰ অধিৱেশন।শাসক বিৰোধীৰ তুমূল বাক যুদ্ধৰ মাজতেই সামৰণি পৰে অধিৱেশন।উল্লেখ্য যে বিধানসভাত উত্থাপিত হয় বহুকেইখন বিধেয়ক।
- Log in to post comments
- 10 views