ঐতিহাসিক আঠখেলীয়া নামঘৰত তলা

A

নিউজ ডেস্ক:
ঐতিহাসিক আঠখেলীয়া নামঘৰত তলা।ব্যক্তিগত সংঘাতে কালিমা লগাইছে ঐতিহ্যপ্ৰসিদ্ধ নামঘৰটোত।নামঘৰটো পৰিচালনাক লৈ দুই ফৈদৰ মাজত সংঘাত।দুই ফৈদৰ সংঘাতত কেতিয়াও নোহোৱা নোপোজা কাণ্ড সংঘটিত হৈছে নামঘৰটোত।
আনহাতে নামঘৰটো পৰিচালনা সমিতিৰ সংঘাতে যাতে ভয়ংকৰ ৰূপ লব নোৱাৰে তাৰ বাবে  নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।মোটায়ন কৰা হৈছে অৰ্ধ সামৰিক আৰু পুলিচবাহিনী ।

Your Comments