
নিউজ ডেস্ক:
অসম বিধানসভাত উত্তপ্ত পৰিস্থিতি।চৰকাৰী বিদ্যালয়ত মাতৃভাষা মাধ্যম প্ৰসংগত নিৰ্ধাৰিত সময়ত কৈ অতিৰিক্ত সময় বিচাৰি হুলস্থুল কৰে বিধায়কজনে।বিধানসভাৰ উপাধ্যক্ষই পাঁচ মিনিটৰ বাবে নিলম্বন কৰে গগৈক।
অসমৰ চৰকাৰী বিদ্যালয়ত মাতৃভাষাত পাঠদান কৰা প্ৰসংগত ৮মিনিট সময় বক্তব্য ৰাখিছিল বিধায়কজনে।“চৰকাৰে নাচিব নাজানি চোতালখন বেঁকা বুলি কৈছে।উপযুক্ত শিক্ষক নিযুক্তি-প্ৰশিক্ষণত ব্যৰ্থ এই চৰকাৰ।উইলিয়াম ৰবিন্সনৰ ভূমিকাত অৱৰ্তীন হৈছে অসমৰ শিক্ষামন্ত্ৰী”- এই অভিযোগ অখিল গগৈৰ ৷
- Log in to post comments
- 6 views