অসম আৰক্ষীৰ SI, কনিষ্টবল, কামাণ্ডো পৰীক্ষাৰ ফলাফল ঘোষণা

A

নিউজ ডেস্ক:

অসম আৰক্ষীৰ পৰীক্ষাৰ ফলাফল ঘোষণা।SLPRBৰ ৱেবচাইটত পুৱাই প্ৰকাশ পালে ফলাফল।আৰক্ষী উপ পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোকে ধৰি ৫৫০০টা পদৰ ফলাফল প্ৰকাশ পাইছে।উল্লেখ্য যে বিগত বৰ্ষত বিভিন্ন পদৰ বাবে লিখিত আৰু মৌখিক পৰীক্ষাসমূহ অনুষ্ঠিত হৈছিল।অসম চৰকাৰৰ ১লাখ নিযুক্তিৰ অন্যতম আছিল আজি ফলাফল ঘোষিত পদসমূহ।অহা ২২ ছেপ্টেম্বৰত গুৱাহাটী খানাপাৰাত অসম চৰকাৰে ১২হাজাৰ যুৱক যুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ।তাৰ ভিতৰত আজি ঘোষিত অসম আৰক্ষীৰ পদসমূহ অন্তৰ্ভূক্ত হ’ব।

Your Comments