দেওবাৰে ঘোষণা হ'ব অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ ফলাফল

A

নিউজ ডেস্ক:

ৰাজ্যৰ নিবনুৱা সকলৰ বাবে ভাল খবৰ।দেওবাৰে প্ৰকাশ পাব অসম আৰক্ষী পৰীক্ষাৰ ফলাফল।উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোকে ধৰি বহুকেইটা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব SLPRBয়ে।উল্লেখ্য যে, বিশেষ জাননী যোগে এই কথা প্ৰকাশ কৰিছে অসম আৰক্ষীৰ নিযুক্তি বৰ্ডে।তাৎপৰ্যপূৰ্ণ কথা এই  যে ২২ছেপ্টেম্বৰত অসম চৰকাৰে ১২হাজাৰ নিবনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰিব।তাৰে অংশ হিচাপে গৃহবিভাগতে আছে সৰ্বাধিক ৫০০০হাজাৰৰো অধিক পদ।

SLPRB ৱেবচাইটত প্ৰকাশ পাব প্ৰাৰ্থীৰ ফলাফলসহ তালিকা।

Your Comments