ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ

A

নিউজ ডেস্ক:
ভিক্টৰ দাসৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ।গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন।নিযুক্তি পৰীক্ষাৰ নামত দুৰ্নীতিৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল দদৰাৰ ভিক্টৰ দাস।সম্প্ৰতি পানবজাৰ আৰক্ষীৰ জিম্মাত বন্দী হৈ আছে ভিক্টৰ।

Your Comments