
নিউজ ডেস্ক:
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আৰম্ভ।পুৱা ৯.৩০বজাৰ পৰা আৰম্ভ হৈছে অধিৱেশন।পাঁচদিনীয়া কৈ অনুষ্ঠিত হ'ব এই অধিৱেশন।উল্লেখ্য যে,অধিৱেশনত উত্থাপন হ'ব বহু কেইখন বিধেয়ক।অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভিক্টৰ দাসৰ প্ৰসংগত অধিৱেশনলৈ আহি সৰৱ ভূমিকা পালন কৰে বিধায়ক অখিল গগৈয়ে।পি পি ই কিট আৰু ভূমি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হ'ব বিৰোধী।
- Log in to post comments
- 6 views