
নিউজ ডেস্ক:
ভিক্টৰ দাসৰ জামিন আবেদন নাকচ।৭দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ভিক্টৰক।আৰক্ষীয়ে ১৪দিনৰ জিম্মাত বিছাৰিছিল ভিক্টৰক।কিন্তু আদালতে এসপ্তাহৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে দাসক।উল্লেখ্য যে , অসম চৰকাৰৰ নিযুক্তিত ধনৰ লেন-দেনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰে।
- Log in to post comments
- 7 views