মুখ্যমন্ত্ৰীৰ সভাত অপ্ৰীতিকৰ পৰিস্থিতি, কাঢ়ি ললে মাইক

A

নিউজ ডেস্ক:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত অপ্ৰীতিকৰ পৰিস্থিতি।মাইক কাঢ়ি লোৱাৰ চেষ্টা এগৰাকী লোকৰ।
হাইদৰাবাদত সংঘটিত হৈছে এই ঘটনা।সভাখনত উপস্থিত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।উপস্থিত আছিল সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, আৰু বিধায়ক মানৱ ডেকা।

উল্লেখ্য যে এক অৰাজনৈতিক সভাত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই।মাইক কাঢ়ি লোৱা ব্যক্তিগৰাকী TRSৰ কাৰ্যকর্তা বুলি চিনাক্ত কৰা হৈছে।ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কর্মী গৰাকীক।

Your Comments