নিশা গুৱাহাটীৰ কমাৰ্চ পইণ্টত অগ্নিকাণ্ড

A

নিউজ ডেস্ক:

কৃত্ৰিম বানপানীৰ পিচতে নিশা গুৱাহাটী মহানগৰীত অগ্নিকাণ্ড।গুৱাহাটী কমাৰ্চ পইণ্টত সংঘটিত হৈছে অগ্নিকাণ্ড।অগ্নিনির্বাপক বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপিত কৰে জুই।কমাৰ্চ পইণ্টৰ এখন দোকানত  সংঘটিত হয় এই অগ্নিকাণ্ড।নিশা প্ৰায় ১২.৩০বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।তাৎপৰ্যপূৰ্ণ কথা এই  যে ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে কাষত থকা বিপনীসমূহ।

Your Comments