ঢেঁকীয়াখোৱা নামঘৰত একেলগে সেৱা ললে মন্ত্ৰী অতুল বৰা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে

A

নিউজ ডেস্ক:

জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে আজি ঐতিহাসিক ঢেঁকীয়াখোৱা নামঘৰত সেৱা ললে মন্ত্ৰী অতুল বৰা আৰু কংগ্ৰেছৰ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে।দুয়োগৰাকী ৰাজনীতিকে একেলগে সেৱা ললে নামঘৰত।একেলগে দুয়ো গৰাকীকে নামঘৰৰ ভিতৰত দেখা যায়।ইতিমধ্যে ৰাজনীতিক দুয়োগৰাকীৰ ফটো ভাইৰেল হৈছে সামাজিক মাধ্যমত।

Your Comments