কংগ্ৰেছৰ বিধায়ক বিজেপিলৈ আহিব এইটো এতিয়া বিজেপিৰ শ্লোগান- শিৱামনি বৰা

A

নিউজ ডেস্ক:
কংগ্ৰেছৰ বিধায়ক বিজেপিলৈ আহিব এইটো বিজেপিৰ শ্লোগানলৈ পৰিৱৰ্তন হৈছে।কেইজনমান বিজেপি বিধায়কৰ কাম নাই, কেৱল কংগ্ৰেছৰ বিধায়ক দললৈ আহিব বুলি কয়।বিজেপি দূৰ্বল হৈছে নেকি?কংগ্ৰেছৰ বিধায়কক উদ্ধাৰ কৰিবলৈ লাগে যে- বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শিৱামণি বৰা।
ইফালে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্যৰ প্ৰসংগত বৰাই কয়-বিৰোধিতা কৰাটো তেওঁলোকৰ দলৰ ভিতৰৰ কথা।নিজৰ মন্ত্ৰীয়ে নিজৰ সংগঠক সমালোচনা কৰিছে।বিজেপিৰ নিজৰ ভিতৰতে এতিয়া মিল নাই।
মাতৃভাষাৰ কথা প্ৰথমে ভাবিব লাগে ইংৰাজী বিষয়ক মই বিৰোধীতা নকৰো।কংগ্ৰেছৰ কোনো বিধায়ক বিজেপিত যোৱা কথাৰ সত্যতা নাই।ৰাজ্যৰ আন আন সমস্যা ঢাকিবলৈ এনেধৰণৰ মন্তব্য কৰিছে- বৰাই কয়।

Your Comments