উজনি অসমৰ বাদে অন্য কংগ্ৰেছী বিধায়কসকল AIUDFলৈ আহিব- কৰিমুদ্দিন বৰভূঞা

A

নিউজ ডেস্ক:

"কংগ্ৰেছৰ পৰা এআইইউডিএফলৈ আহিব বহু বিধায়ক ।উজনিৰ বাদে কংগ্ৰেছৰ অন্য সকলো বিধায়ক আহিব  আমাৰ দললৈ"-বিস্ফোৰণ বিধায়ক কৰিমুদ্দিন বৰভূঞাক ।
ইফালে যিসকল কংগ্ৰেছী বিধায়ক বিজেপিলৈ যাবলৈ ওলাইছে সেইসকলক আহ্বান জনায় বৰভূঞাই কয়- বিজেপিলৈ যাব নালাগে, এআইইউডিএফলৈ আহক৷ কোন কোন বিধায়ক আহিব, এতিয়াই নকও৷

ভূপেন বৰাই বিজেপিৰ হৈ কাম কৰি আছে৷বিৰোধীক বিভাজন কৰি বিজেপিক সহায় কৰিছে বৰাই- বিধায়ক বৰভূঞাই কয়।

Your Comments