কমনৱেলথ গেমছত অসম সন্তান বক্সাৰ শিৱ থাপাই পৰাস্ত কৰিলে পাকিস্তানৰ প্ৰতিদ্বন্দীক

A

নিউজ ডেস্ক:

কমনৱেলথ গেমছত ভাৰতৰ বাবে সুখবৰ।অসম সন্তান বক্সাৰ শিৱ থাপাই ৬৩.৫কেজি শাখাত পাকিস্তানৰ প্ৰতিদন্বীক ধৰাশায়ী কৰে ।৫-০ বৃহৎ ব্যৱধানত পৰাস্ত কৰে প্ৰতিদন্বী গৰাকীক।

Your Comments