গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ খেল

A

নিউজ ডেস্ক: 
ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ।গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তৰ্জাতিক ক্ৰিকেট খেল।দূর্গা পূজাৰ প্ৰথম দিনটোত গুৱাহাটী বৰ্ষাপাৰা অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত টি-20 হাইভল্টেজ খেল অনুষ্ঠিত হ'ব।ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ খেলখন।
উল্লেখ্য যে ভাৰত-দক্ষিণ আফ্ৰিকা টি-20 শৃংখলাৰ দ্বিতীয়খন খেল পহিলা অক্টোবৰত অনুষ্ঠিত হ'ব গুৱাহাটীত।ইতিমধ্যে এই কথা জনাইছে অসম ক্ৰিকেট সন্থাই।
তাৎপৰ্যপূৰ্ণ কথা এই যে, ভূপেন হাজৰিকা ক্রিকেট ষ্টেডিয়ামত শেষবাৰৰ বাবে আন্তৰ্জাতিক খেল অনুষ্ঠিত হৈছিল ২০২০চনত।

Your Comments