জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু লংকাৰ এজন ব্যক্তিৰ

A

নিউজ ডেস্ক:

জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয় লংকাৰ এজন ব্যক্তিয়ে।
আজি সন্ধিয়া  গুৱাহাটী মেডিকেল কলেজত মৃত্যু হয়  উক্ত লোকজনৰ৷
মৃত লোকজনৰ নাম মহম্মদ ৰাজীৱ উদ্দিন (৩৫) ।
মৃত ৰাজীৱৰ ঘৰ লংকাৰ ঈছলামবস্তিত।
যোৱা ৮ দিন ধৰি জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আছিল লোকজন।

Your Comments