পৰিবহণ আয়ুক্তৰ ৰোষত DTO গৌতম দাস

A

নিউজ ডেস্ক:

কামৰূপ(ম) জিলা পৰিবহণ বিষয়া গৌতম দাসলৈ পৰিবহণ আয়ুক্তই প্ৰেৰণ কৰিছে জাননী।কৰ্মচাৰী কাৰ্যালয়ত অনুপস্থিত থকা সন্দৰ্ভত এই জাননী জাৰি।১০দিনৰ ভিতৰত উত্তৰ দিব লাগিব বিষয়া গৰাকীয়ে।উল্লেখ্য যে,পৰিবহণ আয়ুক্ত চাডেন ভিজিটৰ সময়ত বহুকেইজন কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নাছিল।গুৰুত্বপূৰ্ণ কথা এই যে,কামৰূপ মহানগৰ জিলাত বিভিন্ন সময়ত চৰ্চিত হৈ থকা বিষয়া দাসৰ বিৰুদ্ধে জাৰি কৰা হৈছে জাননী।

Your Comments