
নিউজ ডেস্ক:
হোজাইৰ সদৰ শংকৰদেৱ নগৰত কংগ্রেছৰ উত্তাল প্ৰতিবাদ।
আৰ বি এছ ভূমি কেলেংকাৰীৰ অভিযোগ তুলি কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ।
হোজাই জিলা কংগ্রেছ সমিতিৰ উদ্যোগত ৰূপায়ন কৰা হয় এই প্ৰতিবাদ।
উক্ত প্ৰতিবাদত হোজাই জিলা কংগ্রেছ কমিটিৰ সদস্যৰ লগতে উপস্থিত থাকে লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন ক'ৰ, দেবু চাহা আৰু অপূৰ্ব কুমাৰ ভটাচাৰ্য্য ।
- Log in to post comments
- 5 views