ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটি গঠন

A

 

B

নিউজ ডেস্ক:


ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ গঠন।দেৱব্রত শইকীয়াৰ অধ্যক্ষতাত গঠন কৰা কমিটিখনত ৰকিবুল হুছেইনক উপাধক্ষ্য হিচাপে ৰখা হৈছে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গঠন কৰা কমিটীৰ সদস্য হৈছে ৱাজেদ আলি চৌধুৰী, ভৰত চন্দ্ৰ নৰহ, কমলাক্ষ দে পুৰকায়স্হ আৰু জাকিৰ হুছেইন সিকদাৰ।

ইয়াৰ উপৰিও কমিটী সমন্বয়ক ৰাণা গোস্বামীক ৰখা হৈছে।

গুৰুত্বপূৰ্ণ কথা এই যে ,ৰাজ্যসভা বিৰোধী প্ৰাৰ্থী থিয় কৰাব লগা আসনখনৰ সম্পূৰ্ণ কাম-কাজ ৰূপায়ন কৰিব এই কমিটীখনে ।

Your Comments