ICC-টি২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে প্ৰথম খেলত অৱতীৰ্ণ হ’ব ভাৰত, সময়সূচী পঢ়ক

A

 

B

নিউজ ডেস্ক:

আই চি চি টি-২০ বিশ্বকাপ ক্ৰিকেটৰ সম্পূৰ্ন সময়সূচী প্ৰকাশ।চলিত বৰ্ষৰ ১৬ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব বিশ্বকাপ ।বিশ্বকাপৰ উদ্বোধনী খেলখনত  মুখামুখী হ’ব আয়োজক অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড।

আনহাতে, ভাৰতে টি-২০ বিশ্বকাপৰ প্ৰথম খেলত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ  হ’ব।

২৩অক্টোবৰত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব খেলখন।

Your Comments