ক'ৰনাত আক্রান্ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

A

নিউজ ডেস্ক:

ক'ৰনাত আক্রান্ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।মুখ্যমন্ত্ৰী গৰাকী হোম আইচলেশ্যনত থকা বুলি টুইটযোগে উল্লেখ কৰিছে।
শেহতীয়া ভাৱে সংস্পৰ্শলৈ অহা ব্যক্তিসকলক ক'ৰনা টেষ্ট কৰা বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে শেহতীয়া ভাৱে সমগ্ৰ দেশত পুনৰ বৃদ্ধি পাইছে ক'ৰনা আক্রান্তৰ ঘটনা।

ক'ৰনাৰ নতুন ভেৰিয়েন্ট অ'মিক্ৰন বৰ্তমান দেশৰ ২৩খনকৈ চহৰত বিয়পি পৰিছে।

ক'ৰনাৰ দ্ৰুত সংক্ৰমণৰ বাবে দিল্লী, কলিকতাত ইতিমধ্যে বন্ধ ঘোষণা কৰিছে শিক্ষানুষ্ঠানসমূহ।

Your Comments