আজি DNLAৰ ৪০গৰাকী কেডাৰক মূলসুঁতিলৈ আদৰণি

A


নিউজ ডেস্ক:
আজি ADGP হীৰেন নাথৰ লগতে অন্য শীৰ্ষ বিষয়াৰ উপস্থিতিত ডিমা হাচাওঁৰ খেপ্ৰে গাঁৱত ডিমাচা নেচনেল লিবাৰেশ্যন আৰ্মী চমুকৈ DNLAৰ ৪০গৰাকী কেডাৰে আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰাৰ লগতে অস্ত্ৰ সম্বৰণো কৰিব। মূলসুঁতিলৈ ঘূৰি অহা এই ৪০গৰাকী কেডাৰক আদৰণি জনাবৰ বাবে আয়োজন কৰা হৈছে এক বিশেষ অনুষ্ঠানৰ।
উল্লেখ্য যে , আজি মাইবাঙৰ খেপৰেৰ এখন খেলপথাৰত এক অনুষ্ঠানত কেডাৰসকলে অস্ত্ৰ সম্বৰণ কৰিব।আজিৰে পৰা তেওঁলোকৰ ঠিকনা হ’ব মাইবাঙৰ মাণিকিপুৰত । 

Your Comments