বিটিআৰত টেট কেলেংকাৰীৰ ১১ জন ভুৱা শিক্ষক-মধ্যস্থতাকাৰীৰ জামিন নাকচ

A

নিউজ ডেস্ক:

বিটিআৰত টেট উৰ্ত্তীণৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱা ১১জন ভুৱা শিক্ষক-মধ্যস্থতাকাৰীৰ জামিন আৱেদন নাকচ।চি.আই.ইডি ১০/২১নম্বৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল অভিযুক্ত কেইজন।

উল্লেখ্য যে তদন্ত প্ৰক্ৰিয়া চলি থকা বাবে অভিযুক্ত জামিন আৱেদন নাকচ কৰে ন্যায়ালয়ে।গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন আৱেদন।

Your Comments