নিউজ ডেস্ক:
লামডিং বনাঞ্চলত চলিছে উচ্ছেদ অভিযান । জানিব পৰা মতে , বনাঞ্চলখনত সন্দেহযুক্ত নাগৰিকে বসবাস কৰি আছিল ।
ৰিজাৰ্ভ ফৰেষ্টত এটা দালাল চক্ৰই মাটি কিনা বেচা চলাই আছিল। ফলত হাজাৰ হাজাৰ মানুহ সোমাই পৰিছিল।
শীলঘাট এক্সপ্রেছৰ জৰিয়তে ধুবুৰীৰ পৰা মানুহ আহি তাত বসবাস কৰি আছিল বুলি জনা যায়।
বিশ হাজাৰো অধিক মানুহে তাত বসবাস কৰিছে।
অসমৰ বিভিন্ন ঠাইৰ পৰা আহি সন্দেহযুক্ত বাংলাদেশী সকল তাত বসবাস কৰা, এইটো এটা ডাঙৰ চক্ৰ অসমত চলি আছে।
বাংলাদেশৰ পৰা অসমলৈ আনি এই দুষ্ট চক্ৰ সকলে ফৰেষ্টৰ মাটি এই সকলক বিক্ৰী কৰি দিয়ে।
বসবাস কৰি ৰাতি গছ কটা, বনাঞ্চলৰ জীৱ জন্ত মৰা আদি কৰি বনাঞ্চল খন ধ্বংস কৰি পেলালে বিগত ২০-৩০ বছৰে ।
উচ্ছেদৰ বাবে শিলাদিযই হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই কয় যে ,"তিনি চাৰি মাহৰ পূৰ্বেহে মই উচ্ছ ন্যায়লয়ক আবেদন দিছিলো কিন্তু কম সময়ৰ ভিতৰতেই উচ্ছেদ কৰিলে ।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সত্ৰৰ মাটি বেদখল কৰা সন্দৰ্ভত দিয়া নিৰ্দেশ তৰুণ গগৈ চৰকাৰে পালন নকৰিলে।
কিন্তু হিমন্ত চৰকাৰে লোৱা পদক্ষেপক মই প্ৰসংসা কৰিছো।
যিসকলে নিজৰ ঠাইত অৰ্থাৎ লামডিং বনাঞ্চলত থাকিবৰ বাবে আদালতত আবেদন জনাইছে তেওলোকে তাত থাকিবলৈ স্হান নাপাই। উচ্চ ন্যায়লয়ে ভাবি চিন্তি ৰায় দিছে।"
ইতিমধ্যে ই ভূমিহীন লোকক মাটি দিয়া হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই, কৈছে।
'পুনৰ উক্ত চৰকাৰী বনাঞ্চলৰ মাটি দখল কৰিলে আৰক্ষীয়ে তেওঁলোকক গুলিয়াই মাৰিব পাৰে। গুলিয়াই দিলে গম পাৱ ফৰেষ্ট এৰিয়াত কিয় বসবাস কৰি আছিল।চৰকাৰে গুলিওৱা ব্যৱস্হা লওক।" বুলি মন্তব্য কৰে শিলাদিত্যই"।
- Log in to post comments
- 26 views