নিউজ ডেস্ক:
দিপাৱলীৰ প্ৰথম দিনাখন অৰ্থাৎ কালী পূজাৰ দিনটোত কামৰূপ মহানগৰ জিলাই সুৰা বিক্ৰীত অভিলেখৰচিলে ।
২.৫৬কোটি টকাৰ সুৰা বিক্ৰী হোৱা তথ্য প্ৰকাশ আৱকাৰী বিভাগৰ।
উল্লেখ্য যে অন্য দিনৰ তুলনাত বৃহৎ সংখ্যক সুৰাৰ বিক্ৰী জিলাখনত।
আনহাতে কামৰূপ(ম) জিলাত আজিও যথেষ্ট পৰিমানৰ সুৰা বিক্ৰী হ'ব বুলি পূৰ্বানুমান কৰিছে আৱকাৰী বিভাগে।
- Log in to post comments
- 7 views