নিউজ ডেস্ক:
লামডিং বনাঞ্চলত অবৈধ ভাবে বসবাস কৰি থকা আৰু গুৱাহাটীৰ উচ্চ ন্যায়লয়ৰ নিৰ্দেশ মৰ্মে লামডিং বনাঞ্চলত উচ্ছেদ কৰিবলগীয়া অঞ্চলসমূহ পৰিদৰ্শন আৰক্ষী বিষয়া জি. পি সিংৰ ।
লামডিং বনাঞ্চলত অবৈধ ভাবে বসবাস কৰি থকা লোকসকলক বনাঞ্চলৰ চৰকাৰী ভূমি এৰি দিবলৈ অনুৰোধ জি. পি সিঙৰ ।
নহলে পৰ্য্যায় ক্ৰমে আইনী ব্যবস্থাৰে উচ্ছেদ কৰিব লগীয়া হ'ব--জি.পি.সিং।
উক্ত পৰিদৰ্শন কালত জি. পি. সিঙৰ লগত উপস্হিত থাকে আৰক্ষী অধীক্ষক বৰুণ পুৰুকাস্হ, জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু হোজাই বন সংমণ্ডল বিষয়া ।
আনহাতে, হোজাই বন সংমণ্ডল বিষয়াই জানিব দিয়া মতে, অহা ৮ আৰু ৯ যে নবেম্বৰ তাৰিখে লামডিং বনাঞ্চলত হ'ব প্ৰথম পৰ্য্যায়ত
উচ্ছেদ।
- Log in to post comments
- 13 views