নিউজ ডেস্ক:
দুৰ্নীতি আৰু ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে কঠোৰ ৰাজ্য প্ৰশাসন।এইবাৰ উৎকোচ লৈ হাতে লোতে ধৰা পৰিল গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা দিবাকৰ মালী।শুকুৰবাৰে পৌৰ নিগমৰ ফাঁচী বজাৰ কাৰ্যালয়ত ৫ হাজাৰ টকা উৎকোচ লৈ থকা সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হয় অভিযন্তা গৰাকী।প্ৰাপ্ত খবৰ মতে -নলা পৰিষ্কাৰৰ বাবত ঠিকাদাৰ এগৰাকীৰ পৰা ৩০শতাংশ ধন বিচাৰিছিলে ধৃত মালীয়ে।আগধন হিচাপে ৫হাজৰ টকা লৈ থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ হয়।
ইফালে অভিযন্তা গৰাকীক গ্ৰেপ্তাৰৰ পাছতে ফটাশিলৰ ঘৰত অভিযান চলায় ৮লাখ টকা জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাই।
- Log in to post comments
- 6 views