বৰাকত অসমীয়া ভাষাক কৰা অপমানক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া

A


নিউজ ডেস্ক:

বৰাকত অসমীয়া ভাষাক কৰা অপমানক লৈ ৰাজ্যত  অব্যাহত আছে প্ৰতিক্ৰিয়া।
শিলচৰত অসমীয়া ভাষাক অপমান কৰা কাণ্ডক লৈ হোজাইত খিলঞ্জীয়া ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া। বঙালী
সংগঠনৰ এনে কাৰ্যক তীব্ৰ গৰিহনা হোজাই জিলাৰ খিলঞ্জীয়া ছাত্ৰ সন্থাৰ।
দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী মুখ্যমন্ত্ৰী গৰাকীলৈ।

Your Comments