গুৱাহাটীত শতকৰ ঘৰ অতিক্ৰম কৰিলে পে'ট্ৰলে

A

নিউজ ডেস্ক:

জনতাৰ মূৰত মাধমাৰ সোধাই গুৱাহাটী মহানগৰীত পে'ট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে শতকৰ ঘৰ।দেওবাৰে মহানগৰীত প্ৰতি লিটাৰ পে'ট্ৰলৰ মূল্য ১০০.১১টকা ।
ইফালে পে'ট্ৰলৰ মূল্যবৃদ্ধি সন্দৰ্ভত ৰাজ্যিক পে'ট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে শনিবাৰে কয়-' ক'ৰনাৰ বিনামূলীয়া ভেকচিন লোৱাৰ বাবে পে'ট্ৰলৰ মূল্যবৃদ্ধি হৈছে।পানীত কৈ বৰ্তমান পেট্ৰলৰ মূল্য কম'।

Your Comments