লংকাত বিশ্ব হিন্দু পৰিষদ ,বজৰং দলৰ ধৰ্ণা কাৰ্যসূচী

A

 

B

নিউজ ডেস্ক:
জম্মু কাশ্মীৰত পাকিস্তান সমৰ্থিত জেহাদী মৌলবাদী সংগঠনৰ দ্বাৰা হিন্দু লোকক হত্যা কৰাৰ প্ৰতিবাদত লংকা চহৰৰ মাজমজিয়াত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ শতাধিক কৰ্মীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পাকিস্তানৰ পতাকা দাহ কৰে। উল্লেখ্য যে প্ৰতিবাদী দুয়োটা সংগঠনৰ কৰ্মীসকলে জেহাদী মৌলবাদী হুচিয়াৰ,পাকিস্তান মুৰ্দাবাদ,হিন্দু হত্যাকাৰী হুচিয়াৰ ধ্বনি দি মৌলবাদী সংগঠন সমূহক জেহাদী কাৰ্যকলাপ বন্ধ কৰাৰ দাবী জনায়।

 

Your Comments