মডেল ৰাজকন্যা বৰুৱাক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ

A

নিউজ ডেস্ক:

মডেল ৰাজকন্যা বৰুৱাক জেললৈ প্রেৰণ।দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰা কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে জেললৈ প্ৰেৰণ কৰে সুৰাপান কৰি গাড়ী চলাই শ্ৰমিকক মহতিয়াই নিয়া মডেল গৰাকীক।১৪দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে মডেল গৰাকীক।

জিএনআৰচিত চিকিৎসাধীন অৱস্থাত দুদিন পূৰ্বে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজকন্যাক ।

Your Comments