১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শ্বেৰমান আলীক

A

নিউজ ডেস্ক:

বিধায়ক শ্বেৰমান আলীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বাঘবৰৰ বিতৰ্কিত বিধায়ক আলীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।উল্লেখ্য যে শ্বহীদক ঘাটক বুলি কৈ অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী।


চাৰিদিন আৰক্ষী জিম্মাত আছিল  বাঘবৰৰ নিলম্বিত বিধায়ক গৰাকী।

Your Comments