তামুলপুৰ সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী জুলেন দৈমাৰীৰ মনোনয়ন পত্ৰ দাখিল

A

নিউজ ডেস্ক:

ৰাজ্য উপ-নিৰ্বাচনৰ তামুলপুৰ সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল।বিজেপি মিত্ৰদল ইউপিপিএলৰ জুলেন দৈমাৰীয়ে বৃহস্পতিবাৰে দাখিল কৰে মনোনয়ন।মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থী গৰাকীক সংগ দিয়ে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিচিআৰ চীফ প্ৰমোদ বড়োৱে।

প্ৰাৰ্থী গৰাকীৰ মনোনয়ন দাখিল কৰি মন্ত্ৰী ৰঞ্জিত দাসে কয়-উপ নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰিব মিত্ৰদলৰ প্ৰাৰ্থী গৰাকীয়ে।

Your Comments